বুধবাৰৰ পুৱাই চাংসাৰিত বিধ্বংসী অগ্নিকাণ্ড

- বুধবাৰৰ পুৱাই চাংসাৰিত ভয়ংকৰ অগ্নিকাণ্ড।
- জুইত ভস্মীভূত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।
- অগ্নিনিৰ্বাপক বাহিনীৰ লোক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ একাংশ ৰাইজৰ।
- ২০ লক্ষাধিক টকাৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।
- তৎক্ষণাত জুইৰ লেলিহান শিখাই আগুৰি ধৰে ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন।
The post বুধবাৰৰ পুৱাই চাংসাৰিত বিধ্বংসী অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ESYMo7
via IFTTT
Comments
Post a Comment