ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি

  • ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ নগাঁৱৰ ননৈ তুলসীমুখত উত্তপ্ত পৰিস্থিতি।
  • গোহাঁইৰ বিৰুদ্ধে অভিযোগ অনা পৰিয়ালটোৰ ঘৰ ঘেৰাও কৰিলে একাংশ স্থানীয় মহিলাই।
  • পৰিয়ালটোৰ বাসগৃহলৈ শিলগুটি নিক্ষেপ কৰে একাংশই।
  • ব্লেকমেইলিং, অসত্‍ কাৰ্যৰে পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ মহিলা সকলৰ।
  • ৰাজেন গোহাঁইৰ বিৰুদ্ধেও ক্ষোভ স্থানীয় মহিলাসকলৰ
  • গোহাঁয়ে গোপনে পৰিয়ালটোলৈ অহা-যোৱা কৰাৰ অভিযোগ স্থানীয় লোকৰ।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত আৰক্ষী-চিআৰপিএফ।

The post ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SwAkvs
via IFTTT

Comments