আকাশৰ পৰা সৰি পৰিল দ্ৰোণ, নগাঁৱত চাঞ্চল্য

- নগাঁৱৰ চামগুৰিৰ শিৱস্থানৰ বৰবালিটোপত এখন দ্ৰুণক লৈ চাঞ্চল্য।
- আকাশৰ পৰা খহি পৰিল দ্ৰোণ।
- এতিয়ালৈ উদ্ধাৰ হোৱা নাই দ্ৰোণৰ গৰাকীৰ পৰিচয়।
- চামগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিছে ভু পতিত হোৱা দ্ৰোণখন।
The post আকাশৰ পৰা সৰি পৰিল দ্ৰোণ, নগাঁৱত চাঞ্চল্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qiQNGA
via IFTTT
Comments
Post a Comment