নাজিৰাৰ গেলেকীত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

  • নাজিৰাৰ গেলেকীত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা৷
  • নাজিৰা মহকুমা আৰক্ষী বিষয়া আনন্দ টকবীৰ নেতৃত্বত আৰক্ষী আৰু আবকাৰী বিভাগে চলাইছিল অভিযান৷
  • গেলেকী আঠখেলৰ ‘বৰা ধাবা’ৰ পৰা অবৈধভাৱে বিক্ৰী কৰা বৃহত্‍ পৰিমাণৰ বিলাতী আৰু দেশীয় সুৰা জব্দ কৰে দলটোৱে।
  • বৰ্তমান সময়ত পলাতক ধাবাৰ স্বত্বাধিকাৰী বিদ্যা বৰা।

The post নাজিৰাৰ গেলেকীত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q5Fehn
via IFTTT

Comments