ছিকিমত আৰক্ষীৰ জালত ভণ্ড বাবা

  • নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।
  • ছিকিমত আৰক্ষীৰ জালত ভণ্ড বাবা।
  • ভণ্ড বাবাজনৰ নাম গংগা দৰ্জী।
  • ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল লোকজনে।
  • জৰেথাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত লোকজনক।
  • ৰংপো থানাত লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

The post ছিকিমত আৰক্ষীৰ জালত ভণ্ড বাবা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zcFVyf
via IFTTT

Comments