শিৱসাগৰত ৰে’লৰ খুন্দাত এজনৰ মৃত্যু

  • বুধবাৰে শিৱসাগৰৰ নামতিত ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু।
  • মালবাহী ৰে’লৰ খুন্দাত মৃত্যু হোৱা লোকজনৰ নাম ৰবীন গগৈ।
  • নামতি-আমগুৰি ষ্টেচনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।
  • ঘটনাস্থলীত উপস্থিত ৰে’ল আৰক্ষী ।

The post শিৱসাগৰত ৰে’লৰ খুন্দাত এজনৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Dcm1rB
via IFTTT

Comments