নাৰায়ণপুৰত উৎকোচ লৈ থকা অৱস্থাতে কৃষি বিষয়াক গ্ৰেপ্তাৰ

- নাৰায়ণপুৰত উৎকোচ লৈ থকা অৱস্থাত কৃষি বিষয়াক গ্ৰেপ্তাৰ ।
- ধৃত কৃষি বিষয়া গৰাকীৰ নাম ইন্দ্ৰেশ্বৰ চেকনীধৰা ।
- নাৰায়ণপুৰস্থিত উত্তৰ লখিমপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে বিষয়া জনক ।
- শম্ভু ভৰালী নামৰ লোক এজনৰ পৰা উৎকোচ লৈ থকা অৱস্থাত হাতেলোতে গ্ৰেপ্তাৰ কৰে বিষয়া জনক।
- ভূমি হস্তান্তৰৰ নামত ২৫০০ টকা উৎকোচ লৈছিল।
- ইন্দ্ৰেশ্বৰ চেকনীধৰা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ পৰিদৰ্ষক আছিল তেওঁ।
- লখিমপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক শান্তনু দত্তই গ্ৰেপ্তাৰ কৰে বিষয়াজনক।
- বৰ্তমান নাৰায়ণপুৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বিষয়া জনক।
The post নাৰায়ণপুৰত উৎকোচ লৈ থকা অৱস্থাতে কৃষি বিষয়াক গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OeBBUt
via IFTTT
Comments
Post a Comment