নগাঁৱত ডিঙি কাটি হত্যা এজনক, পৰিত্যক্ত ঘৰত উদ্ধাৰ মৃতদেহ

- নগাঁৱৰ কচুৱা প্ৰমিলা জাৰণিত নৃশংস হত্যাকাণ্ড।
- এটা পৰিত্যক্ত ঘৰত ডিঙি কাটি এজন লোকক হত্যা দূৰ্বৃত্তৰ৷
- নিহত লোকজন জাৰণিৰ হুছেইন আলী।
- নিশা বন্ধু চইদুল ইছলামে ঘৰৰ পৰা মাতি আনিছিল হুছেইন আলীক৷
- পুৱা ডিঙি কটা অৱস্থাত এটা পৰিত্যক্ত ঘৰত উদ্ধাৰ হয় মৃতদেহ৷
The post নগাঁৱত ডিঙি কাটি হত্যা এজনক, পৰিত্যক্ত ঘৰত উদ্ধাৰ মৃতদেহ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qmPxlX
via IFTTT
Comments
Post a Comment