পুখুৰীত পৰি কৰুণ মৃত্যু আইতাক নাতিয়েকৰ

- বুধবাৰে দৰংত সংঘটিত শোকাৱহ ঘটনা।
- দৰং জিলাৰ চটু আঠিয়াবাৰীত পুখুৰীত পৰি কৰুণ মৃত্যু আইতাক আৰু নাতিয়েকৰ।
- স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে দুয়োৰে মৃতদেহ।
- মৃত ৬০ বছৰীয়া বৃদ্ধাগৰাকীৰ নাম হৰেশ্বৰী ডেকা আৰু ৪ বছৰীয়া কণমানিটিৰ নাম নিয়ৰ ডেকা।
The post পুখুৰীত পৰি কৰুণ মৃত্যু আইতাক নাতিয়েকৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OivkY3
via IFTTT
Comments
Post a Comment