মৃনাল হাজৰিকা আৰু জিতেন দত্তক সকীয়নি কংগ্ৰেছ বিধায়কৰ

  • মৃনাল হাজৰিকা আৰু জিতেন দত্তক কটাক্ষ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ।
  • যিকোনো ধৰণৰ বিবৃতি দিয়াৰ পৰা দুই আলফা নেতাক বিৰত থকাৰ আহ্বান।
  • অন্যথা পৰিণাম ভয়াৱহ হব বুলিও সকীয়নি বিধায়কজনৰ।
  • ধনাত্মক চিন্তা কৰাৰ আহ্বান মৃণাল হাজৰিকা আৰু জিতেন দত্তক।
  • ঋণাত্মক চিন্তাই অসমৰ পৰিৱেশ বেয়া কৰি তুলিব বুলিও সকীয়ালে বিধায়কজনে ।
  • ‘যি সকলে অসমৰ কেচুৱা মাৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই সকল এতিয়া অসমীয়া মানুহৰ মুখপাত্ৰ হৈছে |’
  • বৰ্তমান সময়ত এইয়া লাজৰ কথা বুলিও মন্তব্য বিধায়কজনৰ।

The post মৃনাল হাজৰিকা আৰু জিতেন দত্তক সকীয়নি কংগ্ৰেছ বিধায়কৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CPwd88
via IFTTT

Comments