কাজিৰঙাত সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাস্থ্য সন্মিলন উদ্বোধন মুখ্যমন্ত্ৰীৰ

- মঙলবাৰে কাজিৰঙাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
- সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাস্থ্য সন্মিলনৰ উদ্বোধন মুখ্যমন্ত্ৰীজনৰ।
- মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জেপি ন’ড্ডা আৰু হিমন্ত বিশ্ব শৰ্মা।
- ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন।
- স্বাস্থ্য খণ্ডৰ উত্তৰণৰ বাবে চৰকাৰে হাতত লৈছে এই বিশেষ পদক্ষেপ।
- ১৪খন ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্য বিষয়াৰ অংশগ্ৰহণ এই সন্মিলনত।
The post কাজিৰঙাত সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাস্থ্য সন্মিলন উদ্বোধন মুখ্যমন্ত্ৰীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OWZB3V
via IFTTT
Comments
Post a Comment