বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ ১৭ খন জিলাৰ ২৪,৫৭৭ বিদ্যালয়ত গুণোৎসৱ

- বৃহস্পতিবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।
- গুৱাহাটী মহানগৰীকে ধৰি ১৭খন জিলাত অনুষ্ঠিত হব এই গুণোত্সৱ।
- ৩ নৱেম্বৰলৈ বিদ্যালয় সমূহত চলিব এই গুণোৎসৱ।
- মুঠ ২৪,৫৭৭খন বিদ্যালয়ত গুণোত্সৱ অনুষ্ঠিত হ’ব।
- ইয়াৰে ৬৩৫খন বিদ্যালয় উচ্চ মাধ্যমিক পৰ্যায়ৰ।
- গুণোত্সৱত ভাগ লব মুঠ ১৯,৬৩,৫৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।
- গুৱাহাটীৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত বহী মূল্যায়ন কৰিব ২৫৫জন শিক্ষকে।
- ইফালে বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব ১৭জন শীৰ্ষ বিষয়াই।
The post বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ ১৭ খন জিলাৰ ২৪,৫৭৭ বিদ্যালয়ত গুণোৎসৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Qa8HH0
via IFTTT
Comments
Post a Comment