মহিলাৰ আত্মহত্যাক কেন্দ্ৰ কৰি নাৰায়ণপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

- নাৰায়ণপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।
- অৰ্ধশতাধিক মহিলাই উত্তপ্ত কৰি তোলে থানাৰ পৰিবেশ ।
- এগৰাকী মহিলাক হত্যা কৰী আত্মহত্যাৰ ৰূপ দিয়াক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি।
- হত্যাকাৰী স্বামীৰ লগতে আন এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী মহিলা সকলৰ ।
- নাৰায়ণপুৰৰ চেঙেলীজানত দুটা সন্তানৰ মাতৃ ববীতা বৰা নামৰ এগৰাকী মহিলাই সেমবাৰে নিশা চিপলৈ আত্মহত্যা কৰিছিল।
- স্বামী মোহন বৰাই হত্যা কৰাৰ অভিযোগ পৰিয়াল তথা একাংশ ৰাইজৰ।
- স্থানীয় দীপ্তিনাথ বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ লগত মোহনৰ অবৈধ সম্পৰ্কৰ অভিযোগ প্ৰতিবাদী মহিলাৰ।
- পলাতক হত্যাকাৰী স্বামী মোহন বৰাৰ নাৰায়ণপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ।
The post মহিলাৰ আত্মহত্যাক কেন্দ্ৰ কৰি নাৰায়ণপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ESN8tg
via IFTTT
Comments
Post a Comment