সদৌ অসম মূৰব্বী বিভাগীয় আমোলা সন্থাৰ ৩দিনীয়া কৰ্মবিৰতি

- অসম চৰকাৰে দৰমহা সংশোধনী আইন ২০১৭ বাস্তৱসন্মত সংশোধনী নকৰাত ক্ষোভ।
- সদৌ অসম মূৰব্বী বিভাগীয় আমোলা সন্থাৰ কৰ্মবিৰতি ঘোষণা।
- ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ কৰ্মবিৰতি পালন কৰিব সন্থাটোৱে।
- অসমৰ মূৰব্বী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে হাতত ল’ব প্ৰতিবাদী কাৰ্যসূচী।
- নিজ নিজ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব সন্থাটোৱে।
The post সদৌ অসম মূৰব্বী বিভাগীয় আমোলা সন্থাৰ ৩দিনীয়া কৰ্মবিৰতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q86DiO
via IFTTT
Comments
Post a Comment