ধেমাজিত ব্ৰহ্মপুত্ৰৰ বুকুত এঘণ্টা ধৰি আবদ্ধ যাত্ৰীবাহী ফেৰী

- বুধবাৰে ধেমাজিত ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় এঘণ্টা ধৰি আবদ্ধ যাত্ৰীবাহী ফেৰী।
- আৱদ্ধ ফেৰীখনত আছে শতাধিক যাত্ৰীসহ ৩খন গাড়ী আৰু কেইবাখন বাইকো।
- ফেৰীখন আবদ্ধ হোৱাৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি।
- বৰ্তমানেও নদীৰ মাজতে ফেৰীখন।
- যাত্ৰী সকলৰ বাবে অন্য এখন ফেৰী যোগাৰ কৰা কথা জনাইছে ফেৰীৰ চালকে।
The post ধেমাজিত ব্ৰহ্মপুত্ৰৰ বুকুত এঘণ্টা ধৰি আবদ্ধ যাত্ৰীবাহী ফেৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Df8cIU
via IFTTT
Comments
Post a Comment