সৃষ্টি নগৰ নিৰ্মাণত চৰকাৰী বিভাগে পৰোক্ষভাৱে সহায় কৰিছেঃ অতুল বৰা

- সৃষ্টি নগৰ নিৰ্মাণত চৰকাৰী বিভাগে পৰোক্ষভাৱে সহায় কৰাৰ অভিযোগ।
- এই অভিযোগ উত্থাপন কৰে বিধায়ক অতুল বৰাই।
- ‘চৰকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই আদালতে সৃষ্টি নগৰ নিৰ্মাণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা আঁতৰালে।’
- ‘সৃষ্টি নগৰ নিৰ্মাণৰ নামত বহু কোটি টকাৰ লেনদেন হৈছে।’
- এই মন্তব্য বিধায়ক অতুল বৰাৰ।
- মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান বিধায়ক বৰাৰ।
- নাগৰিকত্ব সংশোধনী বিধেয়কক লৈও মন্তব্য কৰে অতুল বৰাই।
- ‘নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ বাবে সৰ্বনাশী।’
- ‘দল–সংগঠনে মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ কিয় দিছে?’
- ‘মুখ্যমন্ত্ৰীৰ মৌনতা ভংগৰ দাবী হাস্যকৰ।’
The post সৃষ্টি নগৰ নিৰ্মাণত চৰকাৰী বিভাগে পৰোক্ষভাৱে সহায় কৰিছেঃ অতুল বৰা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Ape6UF
via IFTTT
Comments
Post a Comment