৬ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিব কোকৰাঝাৰ মেডিকেল কলেজৰ আধাৰশিলা

- ‘তিনি বছৰৰ ভিতৰত কোকৰাঝাৰত স্থাপন হ’ব মেডিকেল কলেজ।’
- ‘৩৮২.৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব মেডিকেল কলেজখন।’
- কোকৰাঝাৰত মেডিকেল কলেজৰ ভূমি পৰিদৰ্শন কৰি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
- ‘৬ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰিব আধাৰশিলা।’
- এন আৰ চিক উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ।
- ২০১৯ বৰ্ষটো বিজেপিয়ে প্ৰত্যাহ্বানৰ বছৰ হিচাপে গ্ৰহণ কৰিব বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
The post ৬ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিব কোকৰাঝাৰ মেডিকেল কলেজৰ আধাৰশিলা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BSc7bl
via IFTTT
Comments
Post a Comment