গাডাগত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৬, আহত ৪

  • কৰ্ণাটকৰ গাডাগত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুখন বাহনৰ মাজত সংঘৰ্ষ।
  • এই সংঘৰ্ষত ৬জন থিতাতে নিহত।
  • ইফালে, ৪জনৰ অৱস্থা সংকটজনক।
  • আহত কেইজনক হাস্পতাললৈ প্ৰেৰণ।

The post গাডাগত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৬, আহত ৪ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GI4Iky
via IFTTT

Comments