পথ দুৰ্ঘটনাত পতিত যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি

  • পথ দুৰ্ঘটনাত পতিত যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি।
  • প্ৰাক্তন সভাপতিজনৰ নাম হিৰণ্য ভূঞা।
  • নগাঁৱৰ মিছাত দুৰ্ঘটনাত পতিত হয় ভূঞা।
  • গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল তেওঁ।
  • ভূঞাৰ ইন’ভা বাহনত দ্ৰুতবেগী নৈশবাছে পিছফালৰ পৰা খুন্দা মৰাৰ ফলতে দুৰ্ঘটনা।
  • দুৰ্ঘটনাত ভূঞাৰ গাড়ী চালকজনো আহত হয়।

The post পথ দুৰ্ঘটনাত পতিত যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Sse19Q
via IFTTT

Comments