একেলগে পিতৃ-মাতৃ আৰু ২ সন্তানৰ আত্মহত্যা

- অন্ধ্ৰ প্ৰদেশত আত্মহত্যা।
- পিতৃ-মাতৃ আৰু দুই সন্তানে একেলগে কৰিলে আত্মহত্যা।
- অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰয়াপেটাত এই ঘটনা।
- ঘটনাস্থলীত উপস্থিত আৰক্ষী।
- বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহননৰ কাৰণ।
The post একেলগে পিতৃ-মাতৃ আৰু ২ সন্তানৰ আত্মহত্যা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EZbJvy
via IFTTT
Comments
Post a Comment