মহাৰাষ্ট্ৰত ভয়ংকৰ অগ্নিকাণ্ড

- মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত ভয়ংকৰ অগ্নিকাণ্ড।
- এটা কাপোৰৰ ফেক্টৰীত এই অগ্নিকাণ্ড।
- জুই নিৰ্বাপনৰ বাবে ৩খন অগ্নি নিৰ্বাপকৰ বাহনে চলাই আছে অহৰহ চেষ্টা।
- বৰ্তমানেও নিৰ্বাপিত হোৱা নাই জুই।
- কেইবালাখ টকাৰ সম্পত্তি ভষ্মীভূত।
The post মহাৰাষ্ট্ৰত ভয়ংকৰ অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EXDOTu
via IFTTT
Comments
Post a Comment