নগৰবেৰাত ডকাইতৰ হাতত গুৰুতৰভাৱে আহত ব্যৱসায়ী

- দক্ষিণ কামৰূপৰ নগৰবেৰাত ডকাইতৰ হাতত গুৰুতৰভাৱে আহত এজন লোক।
- ডকাইতি কৰিবলৈ আহি এজন ব্যৱসায়ীক হানি খুচি হত্যাৰ চেষ্টা চলায় দুজন দুৰ্বৃত্তই।
- পিছত স্থানত ৰাইজে কৰায়ত্ব কৰে ডকাইত দুজনক।
- ধৃত ডকাইত দুজন বখুৰাদিয়াৰ ৰুহুল আমিন আৰু ৰঙিয়াৰ ছফিকুল ইছলাম।
- ইফালে ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ব্যৱসায়ী ৰেজ্জা আমিৰ।
- সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় জি এম চি লৈ।
The post নগৰবেৰাত ডকাইতৰ হাতত গুৰুতৰভাৱে আহত ব্যৱসায়ী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Vni9JQ
via IFTTT
Comments
Post a Comment