হিম্মৎসিংকা গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰাজেশ হিম্মৎসিংকাক গ্ৰেপ্তাৰ

- ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাক গ্ৰেপ্তাৰ।
- এগৰাকী মহিলাৰ গোচৰৰ পাছতে হিম্মৎসিংকাক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশে।
- কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশৰ পাছতে গ্ৰেপ্তাৰ তেওঁক।
- আত্মগোপন কৰি আছিল হিম্মৎসিংকাই।
- হিম্মৎসিংকাক বিচাৰি অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে।
- আমচৈ বাগিচাত আৰক্ষীৰ বৃহৎ দলে অভযান চলায় গ্ৰেপ্তাৰ কৰে তেওঁক।
- পুৱাৰে পৰা নিজৰ বাংলোত আত্মগোপন কৰি আছিল হিম্মৎসিংকাই।
The post হিম্মৎসিংকা গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰাজেশ হিম্মৎসিংকাক গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2QZjCYy
via IFTTT
Comments
Post a Comment