সাৱধান ! আজি প্ৰশাসনৰ নিয়ম উলংঘা নকৰিব, কৰিলে ৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা

- ৩১ ডিচেম্বৰ উপলক্ষে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা।
- ৰাজহুৱা স্থানত কৰিব নোৱাৰিব সুৰাপান।
- সমগ্ৰ মহানগৰীতে তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰশাসনে।
- নিয়ম উলংঘা কৰাসকলে ভৰিব লাগিব ৫ হাজাৰ টকাপৰ্যন্ত জৰিমনা।
- সুৰাৰ বাৰত থাকিব লাগিব পৰ্যাপ্ত পোহৰ, চি চি টিভিৰ ব্যৱস্থা।
- নিশা ১২.৩০ বজাৰ পূৰ্বে সমাপ্ত কৰিব লাগিব ৩১ ডিচেম্বৰৰ অনুষ্ঠান।
- নিৰ্ধাৰিত প্ৰাবল্যৰ শব্দযন্ত্ৰহে ব্যৱহাৰ কৰাৰ নিৰ্দেশ কামৰূপ(ম) জিলা প্ৰশাসনৰ।
The post সাৱধান ! আজি প্ৰশাসনৰ নিয়ম উলংঘা নকৰিব, কৰিলে ৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SvIR1e
via IFTTT
Comments
Post a Comment