ভয়ংকৰ দুৰ্ঘটনা! দুখন ট্ৰাক-চাৰিচকীয়া বাহনৰ সংঘৰ্ষত থিতাতে নিহত ১০

- গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
- ভাচাও-কান্দলা সংযোগী ঘাইপথত এখন চাৰিচকীয়া আৰু দুখন ট্ৰাকৰ মাজক সংঘৰ্ষ।
- চাৰিচকীয়া বাহনখনক সন্মুখৰ আৰু পিছৰ ফালৰ পৰা দুয়োখন ট্ৰাকে খুন্দিয়াই।
- এই দুৰ্ঘটনাত থিতাতে নিহত হয় ১০জনকৈ যাত্ৰী।
The post ভয়ংকৰ দুৰ্ঘটনা! দুখন ট্ৰাক-চাৰিচকীয়া বাহনৰ সংঘৰ্ষত থিতাতে নিহত ১০ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ViMWaV
via IFTTT
Comments
Post a Comment