পেট্ৰ’ল-ডিজেল নহয়, এইবাৰ সোণ-ৰূপে কন্দোৱাব আপোনাক

- বৃদ্ধি পালে সোণ-ৰূপৰ দাম ।
- প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ৫৪০ টকাকৈ।
- প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হ’লগৈ ৩২,৬৪০ টকা।
- ইফালে বৃদ্ধি পালে ৰূপৰ মূল্যয়ো।
- প্ৰতি কি:গ্ৰা: ৰূপত বৃদ্ধি পালে ১৪২৫ টকাকৈ।
- বৰ্তমান প্ৰতি কি:গ্ৰা: ৰূপৰ মূল্য ৩৯,২২৫ টকা ।
The post পেট্ৰ’ল-ডিজেল নহয়, এইবাৰ সোণ-ৰূপে কন্দোৱাব আপোনাক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Td2RFU
via IFTTT
Comments
Post a Comment