কামপুৰত বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত দোকান

  • কামপুৰত ভয়ংকৰ অগ্নিকাণ্ড।
  • কামপুৰৰ লুটুমাৰীৰ এখন গেলামাল দোকানত জুইৰ সূত্ৰপাত।
  • নিমষতে ভস্মীভূত দোকানখনৰ প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি।
  • পিছত স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

The post কামপুৰত বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত দোকান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2AqwKLM
via IFTTT

Comments