গ্ৰীণ উড ৰিজৰ্টৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, ছুইফটৰ ওপৰত বাগৰিল ট্ৰাক, উদ্ধাৰ অভিযান অব্যাহত

- মহানগৰীত দেওবাৰে নিশা ভয়ংকৰ দুৰ্ঘটনা।
- এখন ছুইফটৰ ওপৰত বাগৰি পৰে সামগ্ৰীভৰ্তি এখন ট্ৰাক।
- হোটেল গ্ৰীণ উডৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।
- ইতিমধ্যে উদ্ধাৰ কৰা হৈছে এজন লোকক।
- দুৰ্ঘটনাত হতাহতিৰ মুঠ সংখ্যা বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
- স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত আৰক্ষীৰ।
- দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ এএছ ০১-বি ডি-৪৪৩২।
- বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত।
- দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অঞ্চলটোত।
- ট্ৰাকখনে টাৰ্ণিং লোৱা সময়তে নিয়ন্ত্ৰণহীন হৈ ছুইফটখনৰ ওপৰত বাগৰি পৰা বুলি জানিব পৰা গৈছে।
The post গ্ৰীণ উড ৰিজৰ্টৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, ছুইফটৰ ওপৰত বাগৰিল ট্ৰাক, উদ্ধাৰ অভিযান অব্যাহত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LEaD9h
via IFTTT
Comments
Post a Comment