ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাক আটক কৰাৰ নিৰ্দেশ

  • ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বিৰুদ্ধে মহিলাৰ গোচৰ।
  • গোচৰৰ পাছতে হিম্মৎসিংকাক আটক কৰাৰ নিৰ্দেশ।
  • নিৰ্দেশ দিলে কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশে।
  • হিম্মৎসিংকাক আটক কৰাৰ নিৰ্দেশ দিয়াৰ পাছৰে পৰা আত্মগোপন কৰি আছে হিম্মৎসিংকাই।
  • হিম্মৎসিংকাক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।
  • আমচৈ বাগিচাত আৰক্ষীৰ বৃহৎ দল।
  • পুৱাৰে পৰা নিজৰ বাংলোত আত্মগোপন কৰি আছে হিম্মৎসিংকাই।

The post ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাক আটক কৰাৰ নিৰ্দেশ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EZlklB
via IFTTT

Comments