আজি কোকৰাঝাৰলৈ হিমন্ত বিশ্ব শৰ্মা

  • আজি কোকৰাঝাৰলৈ যাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • মেডিকেল কলেজ স্থাপনৰ স্থান পৰিদৰ্শন কৰিব মন্ত্ৰীগৰাকীয়ে।
  • হেলিকপ্টাৰযোগে কোকৰাঝাৰত উপস্থিত হ’ব হিমন্ত বিশ্ব শৰ্মা।
  • দেবৰগাঁৱত স্থাপন হ’বলগীয়া প্ৰস্তাৱিত মেডিকেল কলেজৰ স্থান পৰিদৰ্শন কৰিব মন্ত্ৰীগৰাকীয়ে।

The post আজি কোকৰাঝাৰলৈ হিমন্ত বিশ্ব শৰ্মা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Q9c0NT
via IFTTT

Comments