ৰঙিয়াত বাইকৰ পৰা পৰি নিহত এগৰাকী মহিলা

- ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
- উদিয়ানা-বালিসত্ৰ পথৰ লাচি বিষ্ণুপুৰত সংঘটিত হয় এই দুৰ্ঘটনা।
- এখন দ্ৰুতবেগী বাইকৰ পৰা বাগৰি পৰি নিহত এগৰাকী মহিলা।
- মৃত মহিলাগৰাকীৰ নাম মফিদা বেগম।
- এই দুৰ্ঘটনাৰ পিছতে বাইকসহ পলায়ন আৰোহীয়ে।
The post ৰঙিয়াত বাইকৰ পৰা পৰি নিহত এগৰাকী মহিলা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2AlQQad
via IFTTT
Comments
Post a Comment