মহানগৰীৰ গড়চুকত চিপ লোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ, মৃতদেহত আঘাতৰ চিন

- মহানগৰীৰ গড়চুকত মহিলাৰ মৃতদেহ উদ্ধাৰ।
- এটা ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
- গড়চুক আৰক্ষী থানাৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত অৱস্থিত ভাড়াঘৰটো।
- মৃত মহিলাগৰাকীৰ নাম বিমলা বিবি।
- মহিলাগৰাকীৰ হাত আৰু চকুৰ ওচৰত আঘাতৰ চিন।
- মহিলাগৰাকীক কোনো লোকে হত্যা কৰাৰ সন্দেহ একাংশ ৰাইজৰ।
- মৃত্যুৰ পূৰ্বে স্বামীৰ সৈতে হৈছিল মহিলাগৰাকীৰ কাজিয়া।
- মহিলাগৰাকীৰ স্বামীৰ নৈম বাবুল আলী।
- বৰ্তমান পলাতক মহিলাগৰাকীৰ স্বামী বাবুল আলী।
The post মহানগৰীৰ গড়চুকত চিপ লোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ, মৃতদেহত আঘাতৰ চিন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SsZpqy
via IFTTT
Comments
Post a Comment