পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য

- দেওবাৰে পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ’লত ২৩ পইচা আৰু ডিজেলত ২৪ পইচা হ্ৰাস।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৬৮.৪৩ টকা।
- আনহাতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৩.৩৬ টকা।
- শনিবাৰেও পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পাইছিল।
The post পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GNEf5n
via IFTTT
Comments
Post a Comment