দীপক কুমাৰক গুৱাহাটীৰ আৰক্ষী আয়ুক্ত নিযুক্তি

- গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত নিযুক্তি।
- দীপক কুমাৰ নিযুক্তি দিয়া হৈছে গুৱাহাটীৰ আৰক্ষীৰ আয়ুক্ত হিচাপে।
- পূৰ্বৰ আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈৰ স্থানত নিযুক্তি দিয়া হৈছে দীপক কুমাৰক।
- আৰক্ষী আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈৰ অৱসৰ গ্ৰহণৰ কৰিছিল কিছুদিন পূৰ্বে।
- পূৰ্বতে আৰক্ষীৰ আইন-শৃংখলাৰ উপ-মহা পৰিদর্শক আছিল দীপক কুমাৰ।
The post দীপক কুমাৰক গুৱাহাটীৰ আৰক্ষী আয়ুক্ত নিযুক্তি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SujzAu
via IFTTT
Comments
Post a Comment