তিনিচুকীয়াৰ জাগুনত দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে চাইকেল আৰোহীক

- তিনিচুকীয়াৰ জাগুনৰ নামফাইত দুৰ্ঘটনাত এজন লোক নিহত।
- দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে চাইকেল আৰোহীক।
- হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয় চাইকেল আৰোহীজনৰ।
- নিহত লোকজন ৰাভা গাঁৱৰ অনিল চাবুকধৰা।
The post তিনিচুকীয়াৰ জাগুনত দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে চাইকেল আৰোহীক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EXGrEz
via IFTTT
Comments
Post a Comment