আদালতত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি গ্ৰেপ্তাৰ প্রধান শিক্ষক

  • হাইলাকান্দিত প্রধান শিক্ষকক গ্ৰেপ্তাৰ।
  • জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল প্রধান শিক্ষক জাকিৰ হুছেইন লস্কৰ।
  • হাইলাকান্দিৰ মুখ্য ন্যায়াধীশ ৰাণা দত্তৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাহাৰগাঁও আজিমিয়া এম ই স্কুলৰ প্ৰধান শিক্ষকজনক।
  • আদালতত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লস্কৰক।‍

The post আদালতত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি গ্ৰেপ্তাৰ প্রধান শিক্ষক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Sqoe6w
via IFTTT

Comments