নগাঁৱৰ শিঙৰাপট্টিত পথ দুৰ্ঘটনা, আহত ২ জন

- নগাঁৱৰ শিঙৰাপট্টিত দুৰ্ঘটনাত আহত দুজন।
- দমকল লৈ যোৱা ঠেলাচালকক খুন্দা চেন্ট্র’ বাহনৰ।
- গ্লাছ ভাঙি গাড়ীৰ ভিতৰত সোমাল দমকলৰ পাইপ।
- দুৰ্ঘটনাৰ ফলত চেন্ট্র’ বাহনৰ চালকসহ গুৰুতৰভাৱে আহত দুজন।
- অজিত বৰা আৰু অঞ্জন বাচা নামৰ দুয়োজনকে সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ।
- দুৰ্ঘটনাত কথমপি ৰক্ষা পৰিল ঠেলাচালকজন।
The post নগাঁৱৰ শিঙৰাপট্টিত পথ দুৰ্ঘটনা, আহত ২ জন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LG9duR
via IFTTT
Comments
Post a Comment