বিজেপি চৰকাৰ সংবিধান বিৰোধী, ধৰ্মনিৰপেক্ষ চৰিত্ৰ বিৰোধীঃ ড০ হীৰেন গোহাঁই

  • নাগৰিকত্ব সংশোধনী আইনবিৰোধী মঞ্চৰ সংবাদমেল।
  • সংবাদমেলত বিজেপি চৰকাৰক সমালোচনা ড০ হীৰেন গোহাঁইৰ।
  • বিজেপি চৰকাৰক সংবিধান বিৰোধী, ধৰ্মনিৰপেক্ষ চৰিত্ৰ বিৰোধী আখ্যা।
  • ‘নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাটো কোনো লোকে নিবিচাৰে।’
  • ‘বিধেয়কখন গৃহীত হ’লে অগপৰ বাবে চৰম লজ্জাজনক কথা আৰু একো নাথাকিব।’
  • অগপক শীঘ্ৰে বিজেপিৰ সংগ ত্যাগ কৰি ওলাই অহাৰ আহ্বান নাগৰিকত্ব সংশোধনী আইনবিৰোধী মঞ্চই।
  • বিধেয়কখন উত্থাপন হ’লে গৃহীত হোৱাটো নিশ্চিত।
  • বিজেপিক বাদ দি অগপই যদি চৰকাৰৰ পৰা ওলাই নাহে, তেন্তে অগপক বাদ দি ৰাইজক সংগ্ৰাম চলাই নিয়াৰ আহ্বান গোহাঁইৰ।

The post বিজেপি চৰকাৰ সংবিধান বিৰোধী, ধৰ্মনিৰপেক্ষ চৰিত্ৰ বিৰোধীঃ ড০ হীৰেন গোহাঁই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SxelEo
via IFTTT

Comments