বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা মৃণাল সেন আৰু নাই…

- বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা মৃণাল সেনৰ দেহাৱসনা।
- কলকাতাৰ ভৱানীপুৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগকৰে সেনে।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ।
- দীৰ্ঘদিনে ৰোগাক্ৰান্ত হৈ আছিল ছবি নিৰ্মাতা মৃণাল সেন।
- পদ্মবিভূষণ সন্মানেৰে ২০০৫ চনত সন্মানিত হৈছিল মৃণাল সেন।
- সেনে লাভ কৰিছিল দাদা ছাহেব ফাল্কে বঁটা।
- চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ কেইখনমান ছবি উল্লেখ্যযোগ্য ছবি- নীল আকাশেৰ নীচে, বাইশে শ্ৰাৱন, ৰাতভোৰ, আমাৰ ভুৱন আদি।
- মৃণাল সেনৰ অন্তিমখন ছবি ‘আমাৰ ভুৱন’।
The post বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা মৃণাল সেন আৰু নাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SnBlp7
via IFTTT
Comments
Post a Comment