‘বেছি নাভাবে, কেৱল উইকেট দখলৰ চিন্তা’- মেলবৰ্ণ টেষ্ট জয়ৰ পাছত ক’হলীৰ মন্তব্য

- মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়।
- ১৩৭ ৰানৰ ব্যৱধানত জয় ভাৰতীয় ক্ৰিকেট দলৰ।
- বিজয়ৰ পাছতেই সংবাদ মাধ্যমৰ আগত মন্তব্য অধিনায়ক ক’হলীৰ।
- ভাৰতীয় প্ৰেছ ব’লাৰ জে বুমৰাহক লৈ কৰিলে প্ৰশংসা।
- ‘তেওঁ খেলপথাৰত নামিয়ে প্ৰথমে পিটছখন চাই লয়।’
- ‘বেছি কথা নাভাবে, কেৱল উইকেট দখলৰ চিন্তা তেওঁৰ।’
- ‘এইবোৰ কাৰণতেই তেওঁ আনতকৈ পৃথক।’
- ‘বুমৰাহে মালবৰ্ণত অতি সুন্দৰ প্ৰদৰ্শন কৰে।’
- এই দৰে সংবাদমাধ্যমৰ আগত বুমৰাহৰ প্ৰশংসা কৰে বিৰাট ক’হলীয়ে।
The post ‘বেছি নাভাবে, কেৱল উইকেট দখলৰ চিন্তা’- মেলবৰ্ণ টেষ্ট জয়ৰ পাছত ক’হলীৰ মন্তব্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EU7iBv
via IFTTT
Comments
Post a Comment