নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
- নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ।
- AFSPA 1958 বলৱত্ কৰা হৈছে সমগ্ৰ ৰাজ্যখনত।
- ৩০ ডিচেম্বৰৰ পৰা ৬ মাহলৈ কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।
- আইনখনৰ দফা ৩ অনুসৰি এই নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই।
The post নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2RnMgSj
via IFTTT
Comments
Post a Comment