বিহাৰত মাওবাদীয়ে জ্বলালে ৪খন বাছ, গুলীয়াই হত্যা এজনক

- বিহাৰত মাওবাদীয়ে আক্ৰমণ চলালে বাছত।
- ৪খনকৈ বাছ আক্ৰমণ চলাই জ্বলাই দিয়ে মাওবাদীয়ে।
- ইফালে গুলীয়াই প্ৰাণ কাঢ়িলে এজন লোকৰ।

- বিহাৰৰ ঔৰংগবাদী দেৱত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।

- বৰ্তমান ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপিএফ মোতায়েন কৰা হৈছে।
The post বিহাৰত মাওবাদীয়ে জ্বলালে ৪খন বাছ, গুলীয়াই হত্যা এজনক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GM8F83
via IFTTT
Comments
Post a Comment