জিঅ’ বাম্পাৰ অফাৰ, ৩৯৯ টকা ৰিচাৰ্জ কৰি লাভ কৰক ১০০০ টকা

ডিজিটেল ডেস্কঃ নৱবৰ্ষ উপলক্ষে ৰিলায়েঞ্চ জিঅ’য়ে আগবঢ়াইছে হেপী নিউ ইয়েৰ অফাৰ। প্ৰতিষ্ঠানটোৱে ৩৯৯ টকাৰ ৰিচাৰ্জত এক বিশেষ অফাৰৰ অধীনত আগবঢ়াব ১০০ শতাংশ কেচবেক। প্ৰতিষ্ঠানটোৱে ইয়াৰ অনলাইন সহযোগী প্ৰতিষ্ঠান আ জি অ’ৰ সহযোগীতাত এই অভাৰ আগবঢ়াইছে।

গ্ৰাহকসকলে ৩৯৯ টকাৰ ৰিচাৰ্জ কৰিলে আ জি অ’ কুপনৰ ৰূপত এই মূল্যৰ সম্পূৰ্ণ কেচ বেক লাভ কৰিব। আ জি অ’ৰ এই ৩৯৯ টকাৰ কেচ বেকৰ কুপন গ্ৰাহকৰ মাই জিঅ’ এপৰ মাই কুপনচ শাখাত জমা হ’ব। লাভ কৰা এই কুপনেৰে আ জি অ’ এপত বা ৱেবচাইটত গ্ৰাহকসকলে নূন্যতম ১০০০ টকাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

The post জিঅ’ বাম্পাৰ অফাৰ, ৩৯৯ টকা ৰিচাৰ্জ কৰি লাভ কৰক ১০০০ টকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EVYNG4
via IFTTT

Comments