২ জানুৱাৰীলৈকে স্থগিত ৰাজ্যসভা

  • ২ জানুৱাৰীলৈকে স্থগিত ৰখা হ’ল ৰাজ্যসভা।
  • তিনি তালাক সম্পৰ্কীয় বিধেয়কক লৈ হুলস্থূলীয়া পৰিৱেশ সংসদত।
  • বিধেয়কখন ৰাজ্যসভাত উত্থাপনৰ পূৰ্বে ছিলেক্ট কমিটীলৈ প্ৰেৰণৰ দাবী বিৰোধীৰ।
  • হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে ৰাজ্যসভা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে উপাধ্যক্ষই।

The post ২ জানুৱাৰীলৈকে স্থগিত ৰাজ্যসভা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LIm6Ex
via IFTTT

Comments