শোৱাপাটিৰ পৰা উঠাই ডেৰ বছৰীয়া শিশুক হত্যা দুৰ্বৃত্তৰ

  • গোলকগঞ্জত নৃশংস হত্যাকাণ্ড।
  • উত্তৰ মৰাগদাধৰ গাঁৱত এটি কণমানি শিশুক হত্যা।
  • শোৱাপাটিৰ পৰা উঠাই নি ডেৰ বছৰীয়া শিশুটিক হত্যা কৰে দুৰ্বৃত্তই।
  • শিশুটিৰ মৃতদেহ পেলাই থৈ যায় ঘৰৰ পিছফালে।
  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য।
  • আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

The post শোৱাপাটিৰ পৰা উঠাই ডেৰ বছৰীয়া শিশুক হত্যা দুৰ্বৃত্তৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SsAOSS
via IFTTT

Comments