বছৰৰ শেষ দিনটোত পেট্ৰ’ল-ডিজেলৰ মূল্য…

- ৩১ ডিচেম্বৰতো হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
- সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পালে ২২ পইচাকৈ।
- প্ৰতি লিটাৰ ডিজেলত হ্ৰাস পালে ২৩ পইচাকৈ ।
- দিল্লীত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৬৯.০৪ টকা আৰু ডিজেলৰ মূল্য ৬৩.০৯ টকা ।
The post বছৰৰ শেষ দিনটোত পেট্ৰ’ল-ডিজেলৰ মূল্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BPbKhH
via IFTTT
Comments
Post a Comment