নগাঁৱৰ পুৰণিগুদামত বন্যহস্তীৰ তাণ্ডৱ

- নগাঁৱৰ পুৰণিগুদাম ভীমৰগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ।
- বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে এটা বাসগৃহ।
- বনৰীয়া হাতীৰ সন্ত্ৰাসত ঘৰ এৰি পলায়ন পৰিয়ালটোৰ।
- বিগত এসপ্তাহে এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে এলেকাটোত।
The post নগাঁৱৰ পুৰণিগুদামত বন্যহস্তীৰ তাণ্ডৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VhfVf4
via IFTTT
Comments
Post a Comment