যোৰহাটৰ নকছাৰী ষ্টেচন তিনিআলিত অগ্নিকাণ্ড

  • যোৰহাটৰ নকছাৰী ষ্টেচন তিনিআলিত অগ্নিকাণ্ড।
  • জুইত সম্পূৰ্ণ ৰূপে জাহ গ’ল মণ্টু মাহাতো আৰু শিৱ মাহাতো নামৰ লোক দুজনৰ বাসগৃহ।
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ পৰিয়ালৰ।
  • বৰ্তমান নিৰ্বাপিত হৈছে জুঁই।

 

The post যোৰহাটৰ নকছাৰী ষ্টেচন তিনিআলিত অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2s0uHtp
via IFTTT

Comments