নাজিৰাত তীব্ৰবেগী ডাম্পাৰে প্ৰাণ কাঢ়িলে যুৱতীৰ

- নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী যুৱতীৰ।
- দ্ৰুতবেগী ডাম্পাৰে মহতিয়াইলে স্কুটীত থকা যুৱতীগৰাকীক।
- নিহত যুৱতীগৰাকী নাজিৰাৰ বাইলুং গাঁৱৰ জোনমণি বুলি চিনাক্ত কৰা হয়।
- দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰে যদিও ডাম্পাৰসহ চালকজনক আটক কৰে আৰক্ষীয়ে।
The post নাজিৰাত তীব্ৰবেগী ডাম্পাৰে প্ৰাণ কাঢ়িলে যুৱতীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EW0pR2
via IFTTT
Comments
Post a Comment