আজি বাংলাদেশত লোকসভা নিৰ্বাচন

- দেওবাৰে বাংলাদেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত
- নিৰ্বাচন অনুষ্ঠিত হৈছে সৰ্বমুঠ ৩৫০খন আসনৰ বাবে।
- বিএনপি আৰু আৱামী লীগৰ মাজত হ’ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা।
- মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৮০,১৮৩ট।
- দেশখনৰ মুঠ ১০,৪২,৩৮,৬৭৭গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।
The post আজি বাংলাদেশত লোকসভা নিৰ্বাচন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LDh2kS
via IFTTT
Comments
Post a Comment